Assam Career : National Forensic Sciences University Recruitment 2024-২০০ টাতকৈও অধিক খালী পদ

Assam Career : National Forensic Sciences University (NFSU),২০২৪ চনত সহযোগী অধ্যাপক আৰু সহকাৰী অধ্যাপকৰ পদত নিযুক্তিৰ বাবে যোগ্য আৰু অনুপ্ৰাণিত প্ৰাৰ্থীৰ পৰা আবেদন আমন্ত্ৰণ জনায়।

Post Name  Associate Professor  Assistant Professor

No. of Posts  234

Online applications close on 16th January 2025