Leave Application After being Absent in School in Assamese|বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ লিখা এখন আৱেদন

 

প্ৰতি

মাননীয়প্ৰধান শিক্ষক মহোদয়

xxxxxxxxxxxxxxxxx………………..বিদ্যালয়ৰ 

             

বিষয়:- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবেআৱেদন। 

                                                                 তাৰিখ:- xx/xx/xxxx

 

মহোদয়

বিনীত সন্মান পূৰ্বক নিবেদনএই যে মোৰ জ্বৰহোৱাৰ বাবে xx/xx/xxxxতাৰিখৰ পৰা xx/xx/xxxx তাৰিখলৈxx দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ

গতিকেদয়ালু মহোদয়ে দয়া কৰিমোক উক্ত দিন কেইটাৰজৰিমনা ৰেহাই দিয়ে যেন।এইটোৱেই মহোদয়ক জনাব লগীয়ামোৰ সৰল মিনতি

                   

ইতি

——————

 

মহোদয়ৰএকান্ত বাধ্য ছাত্ৰ/ছাত্ৰী 

নাম:- শ্ৰী/শ্ৰীমতী

শ্ৰেণী:—

ৰোলনং :—

 

Assam Jobs 2021

Leave a Reply