Leave application in Assamese (simple)

 

প্ৰতি

মাননীয়

xxxxxxxxxxxxxxবিদ্যালয়ৰ

প্ৰধানশিক্ষকমহোদয়

 

বিষয়: হঠাতেগাবেয়াহোৱাৰবাবেচুটিবিচাৰিআবেদন।xxx

                                                           তাৰিখ:- xx/xx/xxxx

 

মহোদয়,

 

বিনীতসন্মানপূৰ্বকনিবেদনএইযে, আজিপ্ৰথম/দ্বিতীয়/তৃতীয় পিৰিয়দৰ পিছতহঠাতেমোৰগাবেয়াহোৱাৰবাবেবিদ্যালয়ত উপস্থিত থাকিবলৈ অসমৰ্থহৈপৰিছোঁ

 

গতিকেমহোদয়েদয়াকৰিমোকঘৰলৈযাবলৈঅনুমতিপ্ৰদানকৰেযেন

এয়াইদয়ালোঁমহোদয়ৰওচৰতমোৰসৰলপ্ৰাৰ্থনা

 

ইতি 

মহোদয়ৰবিশ্বাসী

শ্ৰী/শ্ৰীমতী:xxxxxxx

শ্ৰেণী:xxxxxxxx

ৰোলনং:xxxxxx

 

Assam Jobs 2021

Leave a Reply