Leave application in Assamese
মাননীয় প্ৰধান শিক্ষক মহোদয়,xxxxxxxxxxxxxxxxxহাইস্কুল বিষয়: ছুটীৰ বাবে আবেদ । মহাশয়, বিহিত সন্মান–পূৰ্বক নিবেদন এই যে আজি মোৰ হঠাৎ পেটৰ বিষ হোৱাৰ বাবে বাকী থকা পিৰিয়ড কেইটা মই শ্ৰেণীকোঠাত থাকিব নোৱাৰিম অনুগ্ৰহ কৰি মোক ঘৰলৈ যাবলৈ অনুমতি দিয়ে যেন । ইতি——- আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্ৰীশ্ৰী…..xxxxxxxxxxxxxxxxxxxশ্ৰেণী…xxxxxxxxxxxxxxxxxxxxxxৰোল নং ….xxxxxxxxxxxxxxxxxxxxxx Assam Jobs 2021