প্ৰতি
মাননীয়প্ৰধান শিক্ষক মহোদয়।
xxxxxxxxxxxxxxxxx………………..বিদ্যালয়ৰ
বিষয়:- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবেআৱেদন।
তাৰিখ:- xx/xx/xxxx
মহোদয়,
বিনীত সন্মান পূৰ্বক নিবেদনএই যে মোৰ জ্বৰহোৱাৰ বাবে xx/xx/xxxxতাৰিখৰ পৰা xx/xx/xxxx তাৰিখলৈxx দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ।
গতিকেদয়ালু মহোদয়ে দয়া কৰিমোক উক্ত দিন কেইটাৰজৰিমনা ৰেহাই দিয়ে যেন।এইটোৱেই মহোদয়ক জনাব লগীয়ামোৰ সৰল মিনতি।
ইতি
——————
মহোদয়ৰএকান্ত বাধ্য ছাত্ৰ/ছাত্ৰী
নাম:- শ্ৰী/শ্ৰীমতী—
শ্ৰেণী:—
ৰোলনং :—
Assam Jobs 2021
Discover more from Jobss
Subscribe to get the latest posts sent to your email.