মাননীয় প্ৰধান শিক্ষক মহোদয়,
xxxxxxxxxxxxxxxxxহাইস্কুল
বিষয়: ছুটীৰ বাবে আবেদ ।
মহাশয়,
বিহিত সন্মান–পূৰ্বক নিবেদন এই যে আজি মোৰ হঠাৎ পেটৰ বিষ হোৱাৰ বাবে বাকী থকা পিৰিয়ড কেইটা মই শ্ৰেণীকোঠাত থাকিব নোৱাৰিম অনুগ্ৰহ কৰি মোক ঘৰলৈ যাবলৈ অনুমতি দিয়ে যেন ।
ইতি——-
আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্ৰী
শ্ৰী…..xxxxxxxxxxxxxxxxxxx
শ্ৰেণী…xxxxxxxxxxxxxxxxxxxxxx
ৰোল নং ….xxxxxxxxxxxxxxxxxxxxxx
Assam Jobs 2021
26.200604392.9375739
This post was last modified on December 2, 2021 12:59 pm